У нас вы можете посмотреть бесплатно 📌নতুন দিল্লীত দিলীপ শইকীয়াৰ নিৰ্বাচনী বৈঠক। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌নতুন দিল্লীত দিলীপ শইকীয়াৰ নিৰ্বাচনী বৈঠক। সংসদীয় দলৰ বৈঠকত নিৰ্বাচনৰ আলোচনা। ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও দিলে নিৰ্বাচন জয়ৰ মন্ত্ৰণা। 📌তিনি গগৈৰ মিলন অনাকাংক্ষিত আছিল নেকি বিজেপিৰ বাবে? বিৰোধীৰ মিত্ৰতাক লৈ সঁচাকৈ শংকিত নেকি বিজেপি? গগৈৰ নাম শুনি নাৰাজ মুখ্যমন্ত্ৰী! প্ৰথমে অখিল গগৈৰে দুঘণ্টজোৰা বৈঠকৰ গৌৰৱ গগৈৰ। 📌উৎফুল্লিত আমেৰিকান চৰকাৰ , শংকিত ভাৰতৰ কৃষক। ট্ৰাম্পৰ ভয়ত ভাৰতৰ কৃষকক চৰম বিশ্বাসঘাতকতা নৰেন্দ্ৰ মোদীৰ। আমেৰিকাই দিছে ভাৰতৰ খেতিয়কৰ বাবে ভয়ংকৰ খবৰ। 📌'যদিহে ভাৰতৰ সংবিধান মানি চলিব নোৱাৰে, তেন্তে ভাৰত এৰি যাওক। প্ৰযুক্তি বা ব্যৱসায়ৰ নামত নাগৰিকৰ গোপনীয়তাৰ অধিকাৰৰ লগত আপোচ কৰিব নোৱাৰি’। মেটাক ধমক উচ্চতম ন্যায়ালয়ৰ। তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে হোৱাটছএপ। 📌এপষ্টেইন ফাইল, আদানিৰ গোচৰৰ বাবেই আমেৰিকাৰে আপোচ প্ৰধানমন্ত্ৰীৰ। এপষ্টেইন ফাইলৰ আৰু পৃষ্ঠা খুলিলে বিপদত পৰিব নেকি নৰেন্দ্ৰ মোডী ? ৰাহুল গান্ধীৰ মহা বি*স্ফো*ৰণত চাঞ্চল্য।