У нас вы можете посмотреть бесплатно খৰিচা বনোৱা পদ্ধতি । বাঁহৰ গাজেৰে গাহৰি মাংস | Taste of pork with bamboo shoot | или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Bamboo takes an important part in Assamese culture and also in Assamese cuisine. In Assamese cuisine it is used as food or as cooking tools Bamboo shoots are the edible shoots of many bamboo species . They are use as vegetables in various Asian dishes . In Assam , bamboo shoot are part of traditional Assamese cuisine . They are called khorisa and baah gaaj in Assamese . Here we will show pork recipe with bamboo shoot and also making process of khorisa . This is a popular Assamese non veg recipe. If you like the video please click the like button and subscribe our channel. You may post your queries and suggestions in the comment section. We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead. with love from Amar Gaon আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন । আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব । মৰমেৰে "আমাৰ গাঁও" MUSIC -- SUR STUDIO, SIKSHA Our Facebook link- / amargaon12 Our Instagram link-https://instagram.com/amargaon20?utm_... Watch all my videos - / @amargaon3296 some other videos..... Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰীয়া শাক পাঁচলিবোৰ | ... *The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল চাউলৰ জলপান | The l... *A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A special fishing day |... *A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই | A beautiful day of... #villagelifestyle #villagecooking #ethnicfood #amargaon #porkrecipe