У нас вы можете посмотреть бесплатно ডাভোছত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে অচিৰেই অসমলৈ আহিব IBMৰ প্ৰতিনিধি দল... или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড ইক’নমিক ফৰামত অসমলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ছেমি কণ্ডাক্টৰ, দক্ষতা বিকাশ, কৃত্ৰিম বুদ্ধিমত্তা, সেউজ আৰু নবীকৰণ শক্তিখণ্ডলৈ বিনিয়োগকাৰীসকলক আকৰ্ষণৰ চেষ্টা চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডাভোছত বিশ্বৰ বহুকেইটা আগশাৰীৰ কোম্পানীৰ CEOৰ সৈতেও বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডাভোছত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে অচিৰেই অসমলৈ আহিব IBMৰ প্ৰতিনিধি দল। #PratidinTime #AssamNews #Davos #HimantaBiswaSarma