У нас вы можете посмотреть бесплатно মিত্রতাৰ আউল আৰু সমীকৰণ সামৰি আজিৰ ‘অভিমত’, মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
কি শাসক, কি বিৰোধী- চলিছে মিত্রতাৰ কুচকাৱাজ আউল লাগে, আউল ভাগে আকৌ লাগে NDA মিত্রজোঁটক লৈ মুখ্যমন্ত্রী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৃথক ভাষ্য গৌৰৱ গগৈয়ে আকৌ অকলশৰে আলোচনাত মিলিত হৈছে লুৰীণ-অখিলৰ সৈতে বিজেপিৰ মিত্রজোঁটৰ কথা ভাবিবলৈ এৰি বিৰোধীৰ মিত্রজোঁটত মূৰ ঘমাইছে মুখ্যমন্ত্রীয়ে অগপৰ সভাপতিৰ হয় হুজুৰ স্থিতিৰ বিপৰীতে বিধায়ক আৰু তৃণমূল কৰ্মীৰ চলিছে বিদ্রোহ মুখ্যমন্ত্রীৰ মুখত ১৫ ফেব্রুৱাৰীৰ ডেডলাইন গৌৰৱ গগৈয়ে কৈ আছে মিত্রতা হ’ব, কেতিয়ালৈ সেয়াহে কোৱা নাই BPFৰ সৈতে মিত্রতা হ’ব বিজেপিৰ, UPPLলৈহে ৰাস্তা নাই NDA মিত্রজোঁটত ‘বিগ ব্রাডাৰ’ বিজেপি, বিৰোধীৰ মিত্রজোঁটত কংগ্রেছ অস্তিত্বৰ শংকাত ভুগিছে নেকি সহযোগী আঞ্চলিক দলসমূহে? মিত্রতাৰ আউল আৰু সমীকৰণ সামৰি আজিৰ ‘অভিমত’ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ' অভিমত' #PratidinTime #Abhimat #AssamNews