У нас вы можете посмотреть бесплатно Zubeen Mama//Dakshata Jeepal//Prasenjit Lahon//Arup Dutta//New Assamese Song 2026 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
#Zubeen Mama#Dakshata Jeepal#New assamese song গীতৰ কথা : মধু পাটোৱাৰী গীতৰ সুৰ : প্ৰসেনজিৎ লাহন সংগীত,শব্দ সংমিশ্ৰণ - অৰূপ দত্ত বানীবদ্ধন- ডি জি মিউজিক ষ্টুডিঅ,গুৱাহাটী । ক'ভাৰ ডিজাইন- জোনাক যুগান্তৰ বৰা ভিডিঅ- প্ৰাঞ্জল বৰা ( চুম্পি ) এপেক্স ষ্টুডিঅ, যোৰহাট। গীতটোৰ জৰিয়তে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে। যদি আপোনালোকে গীতটো শুনি ভাল পায়, তেন্তে লাইক কৰিব, মন্তব্য কৰিব আৰু বন্ধু-বৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলটো আগবঢ়াই নিবলৈ অনুগ্ৰহ কৰি Subscribe কৰক আৰু নতুন নতুন গীতৰ আপডেট পাই থাকিবলৈ বেল আইকনটো দবাই ৰাখক। ধন্যবাদ! 🙏 #ZubeenMama #DakshataJeepal #MadhuPatowary #PrasenjitLahon #ZubeenGarg #NewAssameseSong #AssameseMusic #ZubeenGargFan #KidsSongAssamese #justiceforzubeengarg lyrics:: অ' জুবিন মামা প্ৰাণৰ শিল্পী মামা নেজানিলো এনেকৈ তুমি কিয় হঠাতে আঁতৰি গ'লা !! জগতে কান্দিছে ইনাই বিনাই সহিব নোৱাৰি ব্যথা কিয়যে আঁতৰি গ'লা। । ################## ধাননি বননি চৰাই চিৰিকটি কন্দা নাই ক'ত যে কোনে উটুৱাই লৈ গ'ল যত এলান্ধু তোমাৰ মৰণৰ বানে অ' জুবিন মামা.... ################ সৰগৰে পৰা দেখুৱাই থাকিবা আমাক পোহৰৰ বাট.. আৰু শিকাবা অন্যায় অনীতি ৰুধিবলে' প্ৰতিবাদ অ' জুবিন মামা... """"""""""""""""""""""""""##