У нас вы можете посмотреть бесплатно কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 'মেচেকা 'ই দেশৰ ভিতৰতে গঢ়িলে ৰেক'ৰ্ড или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
#প্ৰকৃতিপ্ৰেমী সকলৰ বাবে #ভালখবৰ* #কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 'মেচেকা 'ই দেশৰ ভিতৰতে গঢ়িলে আন এক ৰেক'ৰ্ড* #fishingcat #KazirangaNationalPark #কাজিৰঙাত থকা ৫৭ টা মেচেকা তথা ফিচিং কেট দেশৰ ভিতৰতে সৰ্বোচ্চ । বিশ্বৰ বিলুপ্তপ্ৰায় বন্যপ্ৰাণীৰ ভিতৰত মেচেকা তথা ফিচিং কেট ৰ উপযুক্ত বসতিস্থান হ'ল কাজিৰঙাৰ প্ৰাকৃতিক বনাঞ্চল । এই তথ্য সদৰি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড° সোণালী ঘোষ ডাঙৰীয়ানীয়ে #বোকাখাত জে.ডি.এছ.জি মহাবিদ্যালয়ত অনুষ্ঠিত এক সজাগতামূলক আলোচনা সভাত ।প্ৰদৰ্শন কৰা হয় কাজিৰঙাত পোৱা 'মেচেকা 'ৰ ছবি আৰু ভিডিঅ' । অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাআৰু বোকাখাত সমজিলা আয়ুক্ত শিৱানী জাৰ্ণগেল উপস্থিত থাকে । #bokakhat #kaziranganationalpark #highlights #fishingcat