У нас вы можете посмотреть бесплатно উমা চেত্ৰী নামত কান্ধুলিমাৰী গাওঁত পকী পথৰ শুভাৰম্ভণি||উমা ছেত্ৰীৰ মাতৃ বৰমাই খোৱালে ভোকৰ ভাত মুঠি или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
#উমা চেত্ৰী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যাৰ নামত #বোকাখাতৰ কান্ধুলিমাৰী গাওঁত পকী পথ নিৰ্মাণৰ শুভাৰম্ভণি অনুষ্ঠানলৈ আহিছো.... উমা ছেত্ৰীৰ মাতৃ আমাৰ বৰমা ই আমাক ভোকৰ ভাত মুঠি খোৱালে তৃপ্তিৰে। বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ দূৰ্গা মন্দিৰৰ পৰা ৬৫০ মিটাৰ পথটো নতুনকৈ নিৰ্মাণ কৰিছে নুমলীগড় তেল শোধনাগাৰে । ক্ৰিকেটাৰ উমা চেত্ৰীৰ নামত উৎসৰ্গীত এই পথটোৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা কৰে কৃষিমন্ত্ৰী অতুল বৰাই । নুমলীগড় শোধনাগাৰৰ সামাজিক দায়ৱদ্ধতা পুঁজিৰ অধীনত ৭৫ লাখ টকা ব্যয়েৰে আৰম্ভ হৈছে নিৰ্মাণকাৰ্য ।। বোকাখাতৰ বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই ক্ৰিকেটাৰ উমা চেত্ৰীৰ পিতৃ-মাতৃক সাক্ষাৎ #umachetry #indianwomencricketteam #indianwomencricket #bokakhat