У нас вы можете посмотреть бесплатно #বিধে или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
#বিধে বিধে শাক পাচলি বেচিবলৈ আহি #জুবিনদাৰ গীত #বোকাখাতৰ এখন বিশেষ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক প্ৰায়ে ব্যতিক্ৰমী শিক্ষা প্ৰদানেৰে পাঠদান কৰোওৱা বিদ্যালয়খনত আজি বহিছে এখন বজাৰ । গাণিত্যিক আৰু ওজনৰ ব্যৱহাৰিক জ্ঞান প্ৰদানৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীত বজাৰ বিক্ৰেতাৰ ৰূপত বহুওৱালে বিদ্যালয় কৰ্তৃপক্ষই । ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰত উৎপাদিত বিভিন্ন শাক-পাচলি, পিঠা-পনা, ঘৰুৱা ব্যৱহৃত ভিন্ন সামগ্ৰী লৈ বিদ্যালয়ৰ বাৰান্দাত বজাৰ খুলিলে প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে । পুৱাৰে পৰা বোকাখাত বালিজান মধ্য ইংৰাজী বিদ্যালয়ত দেখা গ'ল এই বজাৰখন । #hilightseveryonefollowers #bokakhat #balijanMEschool