У нас вы можете посмотреть бесплатно Higher Secondary ত কি Medium লব লাগে || Assamese to English - Secret tips или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Higher Secondary (HS) ত ভর্তি হওঁতে বহুতো ছাত্র-ছাত্ৰীৰ মনত এটা ডাঙৰ প্ৰশ্ন উঠে — Assamese Medium ত পঢ়িম নে English Medium লৈ যাম? এই ভিডিঅ'টোত মই আলোচনা কৰিছোঁ Higher Secondary ত কোনটো Medium ল’লে ভাল, আৰু বিশেষকৈ Assamese Medium ৰ পৰা English Medium লৈ কেনেকৈ সহজে shift কৰিব পাৰি। মই আপোনালোকক কিছু Secret Tips দিছোঁ যাৰ সহায়ত HS ত English Medium ত পঢ়া সহজ হৈ যাব। এই ভিডিঅ'টো বিশেষকৈ সহায়ক হব তেওঁলোকৰ বাবে যিসকল: Class 10 Assamese Medium ৰ পৰা আহিছে HS ত English Medium ল’ব নে Assamese Medium ল’ব বুলি চিন্তা কৰি আছে Higher Secondary ত ভাল result কৰিব বিচাৰে ভিডিঅ'টোত আলোচনা কৰা বিষয়সমূহ: HS ত Medium কেনেকৈ choose কৰিব লাগে Assamese Medium ৰ পৰা English Medium লৈ কেনেকৈ shift কৰিব Study strategy HS student ৰ বাবে HS ত ভাল result কৰিবলৈ কিছু important tips যদি আপুনি HS First Year (Class 11) আৰম্ভ কৰিবলৈ গৈছে, তেন্তে এই ভিডিঅ'টো নিশ্চয় সহায়ক হব। ভিডিঅ'টো ভাল লাগিলে Like, Share আৰু Subscribe কৰিব নাপাহৰিব। #HSFirstYear #AssamStudents #AssamEducation #EnglishMedium #AssameseMedium #HSGuidance #Class11