У нас вы можете посмотреть бесплатно Higher Secondary ত কলেজ লওঁতে সাৱধান || এইকেইটা ভুল নকৰিবা || HS First Year Class 11-12 Assam или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Higher Secondary (HS) ত কলেজ বাছি লোৱাৰ সময়ত বহুতো ছাত্র-ছাত্ৰীয়ে কিছু সাধাৰণ ভুল কৰে। এই ভুলবোৰৰ বাবে পিছত বহুতো সমস্যাৰ সম্মুখীন হ’ব লাগে — পঢ়া-শুনা, result আৰু career planning সকলোত প্ৰভাৱ পৰে। এই ভিডিঅ'টোত মই বুজাইছোঁ HS First Year (Class 11) ত কলেজ লওঁতে কি কি বিষয়ত সাৱধান থাকিব লাগে আৰু কোনবোৰ ভুল একেবাৰেই নকৰিব লাগে। এই ভিডিঅ'টো বিশেষকৈ সহায়ক হব তেওঁলোকৰ বাবে যিসকল HS First Year (Class 11) বা Class 12 ত পঢ়িবলৈ গৈছে আৰু Assam ত ভাল কলেজ বাছি ল’ব বিচাৰে। ভিডিঅ'টোত আলোচনা কৰা বিষয়সমূহঃ • HS ত কলেজ বাছি লওঁতে কি কি কথা চাব লাগে • বহু ছাত্র-ছাত্ৰীয়ে কৰা সাধাৰণ ভুলসমূহ • Stream আৰু subject choose কৰাৰ আগতে কি ভাবিব লাগে • HS life ত ভাল result কৰাৰ কিছু important tips যদি আপুনি HS First Year আৰম্ভ কৰিবলৈ গৈছে, তেন্তে এই ভিডিঅ'টো নিশ্চয় আপোনাৰ বাবে খুব উপকাৰী হব। ভিডিঅ'টো ভাল লাগিলে Like 👍, Share 🔁 আৰু Channel টো Subscribe 🔔 কৰিব নাপাহৰিব। #HSFirstYear #Class11Assam #HigherSecondary #AssamEducation #CollegeSelection #HSGuidance #Class12Assam