У нас вы можете посмотреть бесплатно Bhupen Hazarika golden collection | Top 5 old song | ভূপেন হাজৰিকাৰ গীত | Assamese song Jukebox или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Bhupen Hazarika golden collection | Top 5 old song | ভূপেন হাজৰিকাৰ গীত | Assamese song Jukebox সুন্দৰ এটি কংসালয় চাবলৈ তলৰ লিংকত click কৰক - • কংসৰ দুৰ্দান্ত অভিনয় । শ্ৰী শ্ৰী কৃষ... Download all song https://oncehelp.com/786444 https://oncehelp.com/786444 https://oncehelp.com/786444 https://oncehelp.com/786444 Timeline - 0:00 প্ৰতিধ্বনি শুনো মই 3:39 বিমূৰ্ত মোৰ নিশাটি যেন 10:21 আমি অসমীয়া 16:52 অ'ক বিদেশী বন্ধু 19:24 মহাবাহু ব্ৰহ্মপুত্ৰ Lyrics of Pratidhwani Hunu প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | কাণ পাতি শুনো মই বুজিব নোৱাৰো চকু মেলি চাওঁ মই মনিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো হেজাৰ পাহাৰ মই বগাব নেজানো নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | হ’ব পাৰে কোনো গাভৰুৰ শোক ভৰা কথা হ’ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা হ’ব পাৰে কোনো ৰংমনৰ কঠীয়াতলীৰ বেথা চিনা চিনা সুৰটিক চিনিব নেজানো নিশাৰ চিঞঁৰটিৰ প্ৰতিধ্বনি শুনো | শেষ হ’ল কোনো গাভৰুৰ শোক ভৰা কথা শেষ হ’ল কোনো আইতাৰ নিশাৰ সাধু কথা শেষ হ’ল কোনো ৰংমনৰ কঠীয়াতলীৰ বেথা চিনা চিনা সুৰটিক চিনিব নাজানো নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো | মোৰ ক’লা চুলিত ৰাতিপুৱাৰ ৰঙা ৰ’দ পৰে চকুৰ আগৰ কুঁৱলিবোৰ ভয়ত উৰা মাৰে জাগি উঠা মানুহে হেজাৰ চিঞঁৰ মাৰে তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাগি পৰে মানৱ সাগৰত কোলাহল শুনো নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো