У нас вы можете посмотреть бесплатно মিঞাৰ ভয় দেখুৱাই হিমন্ত বিশ্বই আদানী/আম্বানীক পানীৰ দৰত মাটি গতাই আছে ! или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌মিঞাৰ ভয় দেখুৱাই হিমন্ত বিশ্বই আদানী/আম্বানীক পানীৰ দৰত মাটি গতাই আছে;হীৰেন গোহাঁই! 📌বহুতেই প্ৰশ্ন কৰে নাগৰিক সমাজ নির্বাচনী ৰাজনীতিত কিয় জড়িত হৈ পৰিছে? 📌নাগৰিক সন্মিলনৰ উত্তৰ;"শাসকীয় দলৰ চৰকাৰখনে সৃষ্টি কৰা অৰাজকতাৰ বাবেই নাগৰিক সমাজ আজি নির্বাচনী ৰাজনীতিত জড়িত হ'বলৈ বাধ্য হৈ পৰিছে।" 📌এচ.আৰ. (SR) ৰ নামত সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যৰে ভোটাৰ তালিকাৰ পৰা এফালে অসমত শতিকা জুৰি বাস কৰি অহা সংখ্যালঘু লোকৰ নাম কৰ্তন কৰা হৈছে আৰু আনফালে হিন্দু বুলিয়ে বাহিৰৰ পৰা যি কোনো প্ৰকাৰে মানুহ আনি তেওঁলোকৰ মৰ্জি মতে অসমত ভোট দিয়াৰ পথ মুকলি কৰি দিছে; হীৰেন গোহাঁই! 📌অসমত এতিয়া আইন-কানুন বোলা কোনো কথা নাই;মুখ্যমন্ত্ৰীৰ মুখৰ কথাই আইন; হীৰেন গোহাঁই!___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now