У нас вы можете посмотреть бесплатно মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ LIVE | Part 4 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
আজিও গভীৰ ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মৃত্যু একাংশ লোকৰ বিৰুদ্ধে আজিও অভিযোগৰ আঙুলি সন্দেহৰ আৱৰ্তত কেবাজনো লোক জুবিন গাৰ্গৰ মৃত্যুত গভীৰ ৰহস্য! কাৰ হাতত জুবিন গাৰ্গৰ গানৰ কপিৰাইট? সিদ্ধাৰ্থ শৰ্মাই মৃত্যুৰ পাছতো চলায়েই আছে নেকি ব্যৱসায়? খণ্ড খণ্ডকৈ ছিংগাপুৰৰ ভিডিঅ’ কোনে প্রকাশ কৰিছে? অভিযুক্তক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিছে নেকি কোনোবাই? ব্যৱসায়ৰ স্বাৰ্থত কোনে কোনে ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গক? অসুস্থ বুলি জনাৰ পিছতো কিয় সাগৰত সাঁতুৰিবলৈ বাধ্য কৰাইছিল জুবিনক? বিষক্রিয়াৰ ফলত হৈছিল নেকি জুবিনৰ মৃত্যু? আশে-পাশে থকা ছদ্মবেশীৰ বাবেই বিপদ হ’ল নেকি জুবিনৰ? জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে প্রত্যক্ষ বা পৰোক্ষভাৱে কোন কোন? #JusticeForZubeen মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ LIVE | Part 4 #pratidintimelive