У нас вы можете посмотреть бесплатно Chiyageet//NOSOMAI XOMALO// (চিয়াগীত//নোসোমাই সোমালো// দীপশিখা শইকীয়া//কমল কৃষ্ণ বৰুৱা) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনিত দৰঙৰ চিয়াগীত এক উল্লেখযোগ্য সংযোজন বুলি ক'ব পাৰি। দৰঙত প্ৰচলিত এই চিয়াগীতসমূহ অসমৰ এটি অন্যতম ধৰ্মীয়ধাৰা পূৰ্ণধেৰীয়া বা বৰখেলীয়া(বৰশলীয়া) ভক্তিধাৰাৰ অন্তৰ্গত ভক্তসকলৰ মুখতহে শুনা গৈছিল। চিয়া শব্দৰ অৰ্থ দুই প্ৰকাৰৰ, 1)কীৰ্তি বা যশস্যা আৰু 2/ধৰ্মৰ স্মৰণ বা ঈশ্বৰৰ গুণগান কৰা । দুয়োটা অৰ্থই প্ৰযোজ্য যদিও দ্বিতীয় অৰ্থটি অধিক অৰ্থবহ বুলি ক'ব পাৰি। ভক্তিধৰ্মৰ অন্তৰ্গত আধ্যাত্মিক প্ৰাৰ্থনা গীত এই চিয়াগীত সমূহক বিষয়বস্তু অনুসৰি ব্যাসসংগীতৰ বিশিষ্ট ওজা ঁদুৰ্গেশ্বৰ নাথ ওজাদেৱে মূলতঃ ষোল্লটা ভাগত ভাগ কৰিছে যদিও ধৰ্মীয় কাৰ্য্যৰ সৈতে জড়িত এই চিয়াগীত সম্প্ৰতি এক লোকপৰিবেশ্য কলালৈকে ৰূপান্তৰিত হৈছে।তাল,লয়,সুৰেৰে সমৃদ্ধ এই লোকসংগীত সমূহ দৰঙৰ এক ঐতিহ্যবাহী সংগীতধাৰা হিচাপে বিবেচিত হৈ আহিছে। কন্ঠ : দীপশিখা শইকীয়া পৰিচালনা : কমল কৃষ্ণ বৰুৱা সঙ্গীত ব্যৱস্থাপনা: হিৰক জ্যোতি নাথ দোতৰা,দগৰ : কুসুম কৌশিক খোল : দেৱবৰেণ্য গগৈ বাহী : নৱজ্যোতি ফুকন তবলা : ৰাজা বৰুৱা বিশেষ কৃতজ্ঞতা : বিনন্দ কুমাৰ শইকীয়া (বিধায়ক,ছিপাঝাৰ),দিলীপ কুমাৰ বৰা (উপায়ুক্ত দৰং) , ধনদা দাস হাজৰিকা (বিষয়া,ছিপাঝাৰ সাংস্কৃতিক কেন্দ্ৰ) সভাপতি /সম্পাদক দৰঙী কলা কৃষ্টি উ.স.,নৱ কুমাৰ শইকীয়া,ড.প্ৰসন্ন নাথ ,মানস তামুলী,