У нас вы можете посмотреть бесплатно বোৱাৰীৰ দেউতাক মোৰ হয় কি? মাইকী মেকুৰীজনীক কি বোলে বাৰু? আতাৰ পত্নী?? বিপৰীত লিংগ পঢ়ো আহা или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
লিঙ্গ পৰিৱৰ্তন ************* পুংলিঙ্গ স্ত্ৰীলিঙ্গ **************** ককাই -- বাই,ন-বৌ কোৱা -- কাউৰী ককা--আই গোহাঁই--আইচু গগৈ--আইচু চপনীয়া--চাপনী গোলাম--বান্দী পৈ--ঘৈণী বোন্দা--জাঁই ডেকা--গাভৰু, ডেকেৰী দেওৰ--জা দমৰা--চেউৰী, কাঢ়লী দঁতাল--মাখুন্দী নাচনিয়াৰ--নাচনী লোদোৰা--লুদুৰী তাৱৈ--আমৈ ভঙ্গুৱা--ভাঙ্গুৰী মখনা--মাখুন্দী শৰ--ভেলেঙী পাচক--পাচিকা মানী --মানিনী বিড়াল--বিড়ালী সি--তাই ই--এই পো--বোৱাৰী ভিনিহী--বাইদেউ বিয়ৈ--বিয়নী ৰান্ধনি--ৰান্ধনী মৃগ--মৃগী শিষ্য--শিষ্যা পুস্তক--পুস্তিকা কিশোৰ--কিশোৰী মহান--মহতী ষোড়শ--ষোড়শী নবাব--বেগম জেঠ পেহা--জেঠাই পেহা--পেহী বন্দী--বেটী আতা--আবু বেঙা--বেঙী, বেঙেৰী নৰ্তক--নৰ্তকী সাধু--সাধ্বী সৎ--সতী নেতা--নেত্ৰী বিদ্বান--বিদুষী দাতা--দাত্ৰী কৰ্তা--কৰ্ত্ৰী বন্ধু--বন্ধুৱনী মাছুৱৈ--মাছতী দিওঁতা--দিঁয়তী কৰোঁতা--কৰঁতী সৰল--সৰলা কান্দুৰা--কান্দুৰী নদ--নদী শ্ৰীমান--শ্ৰীমতী মালী--মালিনী মহা--মাহী #অসমীয়া #ব্যাকৰণ #অসমীয়া ব্যাকৰণ#education #grammar #study #gender #লিঙ্গ #students #assamese #assamesegrammar #educational #assam @srimantamotivatoranushilan8846 @chayadeka @assamesesanskartv826 @Lovacurious2 @DkVlogswithDipankar @scordemyassam @amrinajeriana