У нас вы можете посмотреть бесплатно জোনালী-২০২৬ | JUNALI - 2026 | NEW BIHU SONG | BIHU | NEW ASSAMESE SONG или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
TITLE:- জোনালী-২০২৬ | JUNALI - 2026 | NEW BIHU SONG | BIHU | NEW ASSAMESE SONG #bihu #newsong #new_assamese_song #junali #bihufestival AUDIO & VIDEO CREDITS:---- অন্তৰীপ প্ৰতিম আৰু গৌৰৱ গগৈ ৰ “জোনালী-২০২৬” গীত - জোনালী-২০২৬ কন্ঠ - অন্তৰীপ প্ৰতিম আৰু গৌৰৱ গগৈ কথা - সংগ্ৰহীত অতিৰিক্ত কথা / সুৰ - বিদ্যুৎ জ্যোতি আৰু গৌৰৱ গগৈ মেলডি ডিজাইন/ সংগীত - অন্তৰীপ প্ৰতিম শব্দ সংমিশ্ৰণ - লক্ষ্যজিত বৰুৱা বাঁহী / বীণ - শ্যামকানু ফুকন ঢোল - বিদ্যুৎ জ্যোতি , অন্তৰীপ প্ৰতিম আৰু গৌৰৱ গগৈ পেঁপা / গগণা - চানদ্বীপ বুঢ়াগোঁহাই তাল - মনজিৎ বৰ্মন ভিডিঅ’গ্ৰাফী/ সম্পাদনা - ভবেশ কোঁৱৰ কভাৰ - বিশ্বজিৎ গগৈ (BS) বিশেষ কৃতজ্ঞতা - দেৱব্ৰত দত্ত, প্ৰাঞ্জল শইকীয়া, দিপাংকৰ বৰ্মন, নয়ন দাস, অমৰজিৎ গগৈ, দিলিপ গগৈ, আশিষ সিং, পংকজ চেতিয়া, নিৰৱ গগৈ ( বৰদেউতা), প্ৰতিমা ৰাজকুমাৰী, পৰশমণি গগৈ, ভৱকান্ত(ভাস্কৰ) গগৈ, TR মিউজিক প্ৰডাক্শ্যন (গুৱাহাটী),অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যম, সমূহ পুৰণি চেৰেকাপৰীয়া বিহুৱা I LYRICS:----- অ দেহী ঐ বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহু অসমীয়াৰ প্ৰাণ এনোৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান ইমান ধুনীয়াকৈ কোনে সৰজিলে কোনে সৰজিলে কোনে নামে দিলে লিলি ৰূপে গুনেশ্বৰি বগী ঢকে ধকী বগী ঢকে ধকী তইয়ে মুৰে কলিজা খালী ঐ লিলিমাই বহুত দিন দেখা নাই ৰাতিও নোপোৱাই তোৰে কথা ভাবোতেই তোৰে কথা ভাবোতেই যাই হৈ ঐ জোনালী আহিবাচোন কাষলৈ হম চিনাকি চিনাকি হবলৈ পাম তেতিয়া বিহু মাৰিবলৈ যাম যেতিয়া অ বিহু মাৰিবলৈ যাম যেতিয়া অ শদিয়া ধুবুৰী জয়সাগৰ পুখুৰী তুমি কাপোৰ ধুইছিলা এচাৰি ঐ এচাৰি ঐ এচাৰি ঐ এচাৰি দুবৰি বন গচকি হাই ঐ জোনালী কিনো মৰম দিছিলা এছাটি পানী মাৰি এছাটি পানী মাৰি মোক ঐ মৰমে হহুৱাই শদিয়া ধুবুৰী ঐ মৰমে কন্দুৱাই জয়সাগৰ পুখুৰী অ মৰমে কলিজা খাইয়ে নো মোৰ জোনালী ঐ ওৰেটো জীৱনলৈ হবিনে মোৰ লগৰী হবিনে মোৰ লগৰী তই .