У нас вы можете посмотреть бесплатно মা-দেউতাৰ গান আৰু মনৰ কিছু কথা! ❤️ | Part 2 | এচামনি হাঁহি-ধেমালি или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ জীৱনৰ কিছু মৰমৰ মুহূৰ্তৰ দ্বিতীয়টো খণ্ড। এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব: ফুচকা খোৱাৰ আমেজ: পৰিয়ালৰ সকলোৱে মিলি ফুচকা খোৱাৰ কিছু আমোদজনক দৃশ্য। হাঁহি-ধেমালিৰে ভাত সাজ: একেলগে বহি ভাত খোৱা আৰু মন খুলি কৰা কিছু কথা-বতৰা। দেউতা আৰু পখিলীৰ কণ্ঠত গান: দেউতা আৰু পখিলীয়ে গোৱা কিছু সুন্দৰ গীতৰ কলি। 📌এটি বিশেষ অনুৰোধ: ভিডিঅ’টোত শ্ৰদ্ধেয় ড° ভূপেন হাজৰিকা দেৱৰ গান গাওঁতে আমাৰ মাজত কিছু হাঁহি-ধেমালিৰ সৃষ্টি হৈছিল। এইয়া কেৱল এটা ঘৰুৱা আনন্দৰ পৰিৱেশত কৰা ধেমালিহে, কাকো অপমান কৰিবলৈ বা কাৰোবাৰ আৱেগত আঘাত দিবলৈ কৰা হোৱা নাই। ভূপেন দাই আমাৰ হৃদয়ত সদায় শ্ৰদ্ধাৰ স্থানত আছে। গতিকে এই ক্লিপটোক কেৱল মনোৰঞ্জন হিচাপে ল’বলৈ আৰু কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। আশা কৰোঁ আমাৰ এই চুটি প্ৰয়াসটো আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগে, তেন্তে ভিডিঅ’টো Like কৰিব, Share কৰিব আৰু আমাৰ চেনেলটো Subscribe কৰিবলৈ নাপাহৰিব। ❤️ #FamilyVlog #BhupenHazarika #AssameseCulture #FamilyLove #Memories #Part2 #assam #assamesevlog #tranding #villagelife #maapapa ------------------------------------------------------------------------------------ Connect with me on Instagram: https://www.instagram.com/babasnwl_of... Facebook: / deepankar.sonowal.140