У нас вы можете посмотреть бесплатно এইবাৰ জুবিন গাৰ্গৰ গীত গাই জনপ্ৰিয় অৰ্জন কৰিলে গৌৰীপুৰৰ এটি কণমানিয়ে। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
SLUG=অসমৰ সম্পদ, অসমীয়াৰ হিয়াৰ আমঠু ,কিংবদন্তি শিল্পী জুবিন গাৰ্গঃ মৃত্যুৰ পাছতো বৃদ্ধি পাই আছে আৰু তেঁওৰ গীত ভালপোৱা অনুৰাগীৰ সংখ্যা। V/O=শিশু ,কিশোৰৰ পৰা বৃদ্ধ লৈ সকলো শ্ৰেণীৰ মানুহৰ হৃদয়ত স্থান লাভ কৰিছে জুবিন গাৰ্গৰ জনপ্ৰিয়তা। এইবাৰ জুবিন গাৰ্গ আৰু তেঁওৰ অতি মৰমৰ ভগ্নী জংকী বৰঠাকুৰৰ জনপ্ৰিয় গীত গাই জনপ্ৰিয় অৰ্জন কৰিলে গৌৰীপুৰৰ এটি কণমানিয়ে। সুকোন আয়াত নামৰ শিশুটিৰ লগত ভাতৃ আদিল মহম্মদ ফাহিমে গালে জুবিন গাৰ্গৰ জনপ্ৰিয গীত। ইতিমধ্যে আদিল মো: ফাহিমে জুবিন গাৰ্গৰ কেইবাটাও গীত গাই সামাজিক মাধ্যমত বিপুল সঁহাৰি লাভ কৰা দেখা গৈছে। উল্লেখযোগ্য যে সুকোন আয়াত গৌৰীপুৰৰ সাইনদ মিছন স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। তেওঁ গীত গোৱাৰ উপৰিও চিত্ৰা অংকন, স্কেটছ, নৃত্য আদিও চৰ্চা কৰা দেখা যায়। সুকোন আয়াত গৌৰীপুৰৰ সমাজকৰ্মী তথা ব্যাৱসায়ী ৰাকিব মো: গালিবৰ একমাত্ৰ জীয়ৰী । জুবিন গাৰ্গৰ গীতৰ সুৰত গোৱা কণমানি ছাত্ৰী গৰাকীৰ গীত শুনিলে নিশ্চয় কৈ আপুনিও মুগ্ধ হ'ব। গৌৰীপুৰৰ পৰা সাহাবুদিন মোল্ল্যাৰ প্ৰতিবেদন ৷