У нас вы можете посмотреть бесплатно পুনৰ বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে যোৱা চামগুৰিৰ এজন লোক নিখোঁজ। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
পুনৰ বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে যোৱা চামগুৰিৰ এজন লোক নিখোঁজ। চাৰিমাহ পূৰ্বে কৰ্ম সংস্থাপনৰ বাবে বাংগালোৰলৈ গৈছিল চামগুৰিৰ খলিহা মাৰিৰ ছাইফুল ইছলাম। বাংগালোৰৰ পৰা ঘৰলৈ আহি থকা সময়ত ৰে'লৰ পৰা বহিঃ ৰাজ্যৰ কৃষাণগঞ্জৰ এটা ৰে'ল ষ্টেচনত নামিছিল ছাইফুল ইছলাম, তাৰ পিছৰে পৰা বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই ছাইফুল ইছলামৰ। ছাইফুল ইছলামৰ লগত অহা অন্য এজন ব্যক্তি নিজ বাসগৃহত উপস্হিত হোৱাৰ অন্যহাতে নিজ বাসগৃহত উপস্হিত নহ'ল ছাইফুল ইছলাম। সন্দেহ উপজিজে ছাইফুল ইছলামৰ পত্নীৰ লগতে পৰিয়ালৰ লোকৰ। যদি কোনো লোকে ছাইফুল ইছলামৰ সম্ভেদ পায়, স্থানীয় আৰক্ষী থানাত অৱগত কৰিবলৈ আহ্বান জনাই ছাইফুলৰ পৰিয়ালে।