У нас вы можете посмотреть бесплатно বাঘ হাজৰিকাৰ আছে প্ৰামাণ্য বংশ-লতা Bagh Hazarika has a verified lineage(EP/18) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ৰূপকথাৰ নায়ক নহয় ... বাঘ হাজৰিকাৰ আছে প্ৰামাণ্য বংশ-লতা Bagh Hazarika has a verified lineage এই খণ্ডত আমি অসম বুৰঞ্জীৰ এগৰাকী খ্যাতনামা বীৰ বাঘ হাজৰিকাৰ অস্তিত্ব সম্পৰ্কত আলোচনা কৰিছো সেউজপূৰ ,ডিব্ৰুগড়ৰ এ এম চালেহ উদ্দীন আহমদ হাজৰিকাৰ সৈতে।তেখেত বাঘ হাজৰিকাৰ বংশধৰ। বংশাৱলী মতে এওঁ বাঘ হাজৰিকাৰ দশম পুৰুষৰ এজন সন্তান। আহমদ হাজৰিকাই বুৰঞ্জী প্ৰসিদ্ধ বাঘ হাজৰিকাৰ বংশাৱলী এখন দেখুৱাইছে।হাজৰিকাই 'মীৰজুমলাৰ পৰা শৰাইঘাট আৰু বাঘ হাজৰিকা'শীৰ্ষক এখন গ্ৰন্থও প্ৰণয়ন কৰিছে। তেখেতে যুক্তি সহকাৰে বাঘ হাজৰিকাৰ অস্তিত্বক প্ৰতীয়মান কৰিছে। আহমদ হাজৰিকাই বুৰঞ্জী প্ৰসিদ্ধ বাঘ হাজৰিকাৰ বিষয়ে এখন বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা হোৱাটো সমৰ্থন কৰাৰ লগতে বাঘ হাজৰিকাৰ নামত অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা কৃতি চিহ্ন সমূহ চৰকাৰে সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। In this episode, we discuss the existence of Bagh Hazarika,a renowned hero of Assam's history, with A.M.Saleh Uddin Ahmed Hazarika from Seujpur, Dibrugarh.He has also written a book titled 'Mirjumlar Pora Saraighat aru Bagh Hazarika' where he presents strong arguments and evidence to prove Bagh Hazarika’s historical existence. He is a descendant of Bagh Hazarika.Ahmed Hazarika has shown a family tree of Bagh Hazarika.During the discussion, he shared a detailed family lineage tracing back to the great warrior himself. According to the family lineage,he is the tenth generation of Bagh Hazarika. A.M.Saleh Uddin Ahmed Hazarika support research on Bagh Hazarika under a University and emphasizes the importance of preserving the monuments scattered throughout Assam in Bagh Hazarika's name. Photography & Editing- Jitu Ahmed Special Thanks-Kamal Sarmah Sandhya Lakhi Shandilya #baghHazarika #assamhistory #indianpoliticia #Indianhistory #youtubevideo #aroopborkotokyofficial #interview #educational #informativevideo #welfareservice #indianculture #woruldculture List of Videos • বুৰঞ্জীবিদৰ মুখেৰে বাঘ হাজৰিকাৰ বীৰ গাথা T... • জুবিন অমৰ হওঁক: জাতিক ন্যায় লাগে Zubeen B... • কেনেকৈ আগবাঢ়িব জুবিনৰ ন্যায় প্ৰক্ৰিয়াHo... • প্লাষ্টিকে আপোনাৰ মৃত্যু মাতি আনিব Plastic... • হোমিঅ'পেথিৰ চমৎকাৰী চিকিৎসা --১ম ভাগThe Mi... • Origins and development of Assamese folk m... • হোমিঅ'পেথিৰ চমৎকাৰী চিকিৎসা The Miraculous... • Origins and development of Assamese folk m... • Discussion on Modern Poetry: A Renowned As... • A discussion on spiritual philosophy with ... • Exploring the healing power of yoga: A dis... • A conversation with environmental activist... • Entrepreneur's Innovative Invention: Devel...