У нас вы можете посмотреть бесплатно কেনেকৈ আগবাঢ়িব জুবিনৰ ন্যায় প্ৰক্ৰিয়াHow will Zubeen's justice process move forward(EP/15) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
কেনেকৈ আগবাঢ়িব জুবিনৰ ন্যায় প্ৰক্ৰিয়া How will Zubeen's justice process move forward(EP/15) এই খণ্ডত আমি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় ব্যৱস্থা সংক্ৰান্তত আলোচনা কৰিছো, লগতে আমি জুবিন গাৰ্গৰ কেইবাজনো নিকট সহযোগী শিল্পীৰ অভিমত প্ৰকাশ কৰিছো। জুবিনৰ একেবাৰে কাষতে থকা অসমৰ প্ৰখ্যাত অভিনেতা অৰুণ হাজৰিকা; নাট্যকাৰ পৰিচালক যোৰহাটৰ সীমান্ত ফুকন; পদ্মশ্ৰী বঁটা প্ৰাপক চাহ জনগোষ্ঠীৰ প্ৰখ্যাত শিল্পী দুলাল মানকী; দিল্লীৰ নিবাসী পি টি চি পাঞ্জাৱী চেনেলৰ ক্ৰিয়েটিভ হে'ড জুবিনৰ অন্য এজন সহযোগী দেৱ প্ৰসন্ন দাস; ডিব্ৰুগড়ৰ গায়ক, গীতিকাৰ, সুৰকাৰ হাচান ছৰিফ আদি সহযোগী সকলে জুবিনৰ প্ৰতিভা আৰু সান্নিধ্যৰ কথা ব্যক্ত কৰাৰ লগতে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰৰ দাবী কৰিছে। এই খণ্ডত আমি জুবিনৰ একালৰ সহযোগী জিতু আহমেদৰ সৈতে জুবিনৰ মৃত্যুৰ ন্যায় সম্পৰ্কত আলোচনা কৰিছো। In this episode, we are discussing the issue of justice surrounding the death of Assam’s beloved heartthrob, Zubeen Garg. Along with this, several of Zubeen’s close associates and fellow artists have shared their opinions. Among them are Assam’s renowned actor Arun Hazarika, playwright and director from Jorhat Simanta Phukan, Padma Shri awardee and eminent artist from the Tea Tribe community Dulal Manki, Delhi-based Creative Head of PTC Punjabi Channel and Zubeen’s associate Dev Prasanna Das, as well as singer, lyricist, and composer from Dibrugarh Hasan Sharif. All of them have spoken about Zubeen’s talent and their personal connection with him, while also demanding justice for his death. In this episode, we also talk with Zubeen’s longtime associate Jitu Ahmed about the pursuit of justice in connection with Zubeen’s death. Photography&Editing- Jitu Ahmed Special Thanks-kamal Sarmah Sandhya Lakhi Shandilya #zubeengargassamesevideo #zubeengargassamesesong #zubeengargassameseoldsong #zubeengargassamesesmovie #zubeengargallstageprogram #zubeengarg #justiceforzubeen #youtubevideo #aroopborkotokyofficial #interview #educational #informativevideo #welfareservice #indianculture #woruldculture