У нас вы можете посмотреть бесплатно ‘Good News অসম, স্বপ্নসম্ভৱা অসমৰ কাহিনী’ খণ্ড-৫২ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
২০২৬ বৰ্ষৰ অসমীয়া পদ্মশ্ৰী সন্মান প্ৰাপকৰ কথা ৫০, ৮০ দশকৰ স্মৃতি বহনকাৰী ব্যতিক্ৰমী সংগ্ৰহালয়টো ক'ত? পেলনীয়া প্লাষ্টিকেৰে কনমাণিহঁতক কোনে দিছে শিক্ষা? জাৱৰৰ মাজত সম্পদৰ সন্ধান সম্ভৱনে? ভেনিলা খেতিৰে স্বাৱলম্বী এখন গাঁও সাধাৰণ আৱৰ্জনা কেনেকৈ হ'ব পাৰে শিল্প? ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰৰ উদ্ভাৱন খবৰৰ দৌৰত আপুনিও এনে ভাল খবৰৰ সন্ধানত থাকে নেকি? যদি হয়, তেন্তে আপোনাৰ বাবেই ডী ডী অসমৰ বিশেষ অনুষ্ঠান – ‘Good News অসম, স্বপ্নসম্ভৱা অসমৰ কাহিনী’। প্ৰতি দেওবাৰে – নিশা ৮ বজাত –আৰু পুনৰ সম্প্ৰচাৰ প্ৰতি মংগলবাৰে দিনৰ ৯:৩০ বজাত ডী ডী অসমযোগে চাবলৈ নাপাহৰিব এই বিশেষ অনুষ্ঠানটি। আপোনালোকৰ আশে-পাশেও যদি এনে কোনো ব্যক্তি আছে, তেন্তে আপুনিও আমালৈ ই-মেইল অথবা ফোনযোগে তেওঁলোকৰ তথ্য প্ৰেৰণ কৰিব পাৰে – E-mail: goodnewsaxom@gmail.com Ph: +91-9435010578 #goodnewsassam #inspiration #positivity #assamstories #goodnews #assamesesuccessstories #assam